Thursday, October 23, 2025

God send his Messenger with guidance that He may make it prevail over all religion to establish peace society in every age.

🔴"পরিত্রায়ণায় সাধূনাং বিনাশায় চ দুষ্কৃতাম্‌।
ধর্মসংস্থাপনার্থায় সম্ভবামি যুগে যুগে।।"
"To save the righteous and to destroy the wicked. I am able to establish religion in every age."
"ধাৰ্ম্মিকক ৰক্ষা কৰিবলৈ আৰু দুষ্টক ধ্বংস কৰিবলৈ। মই প্ৰতিটো যুগত ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছো।" courtesy: হৃদয় হাফিজ 
🔵God send his Messenger with guidance and the religion(deen) of truth, that He may make it prevail over all religion to establish peace society in every age:
.
🟢“Allah has promised those among you who believe and do righteous deeds that He will surely grant them succession (authority) upon the earth as He granted it to those before them, and that He will establish for them their deen(way of life) which He has chosen for them, and that He will surely replace their fear with security — they worship Me and do not associate anything with Me.”
— Surah An-Nūr (24:55)
(২৪:৫৫
وَعَدَ اللَّهُ الَّذِينَ آمَنُوا مِنْكُمْ وَعَمِلُوا الصَّالِحَاتِ لَيَسْتَخْلِفَنَّهُمْ فِي الْأَرْضِ كَمَا اسْتَخْلَفَ الَّذِينَ مِنْ قَبْلِهِمْ وَلَيُمَكِّنَنَّ لَهُمْ دِينَهُمُ الَّذِي ارْتَضَىٰ لَهُمْ وَلَيُبَدِّلَنَّهُمْ مِنْ بَعْدِ خَوْفِهِمْ أَمْنًا ۚ يَعْبُدُونَنِي لَا يُشْرِكُونَ بِي شَيْئًا ۚ وَمَنْ كَفَرَ بَعْدَ ذَٰلِكَ فَأُولَٰئِكَ هُمُ الْفَاسِقُونَ
তোমালোকৰ মাজত যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক প্ৰতিশ্ৰুতি দিছে যে, তেওঁ অৱশ্যে তেওঁলোকক পৃথিৱীত ✔️প্ৰতিনিধিত্ব দান কৰিব, যেনেকৈ তেওঁ প্ৰতিনিধিত্ব দান কৰিছিল তেওঁলোকৰ পূৰ্বৱৰ্তীসকলক আৰু তেওঁ অৱশ্যে তেওঁলোকৰ বাবে তেওঁলোকৰ দ্বীনক(happy way of life in the society) প্ৰতিষ্ঠিত কৰিব যিটো তেওঁলোকৰ বাবে তেওঁ পছন্দ কৰিছে আৰু তেওঁলোকৰ ভয়-ভীতিক শান্তি-নিৰাপত্তাত পৰিবৰ্তন কৰি দিব। তেওঁলোকে কেৱল মোৰেই ইবাদত কৰিব, মোৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিব, কিন্তু ইয়াৰ পিছত যিসকলে কুফৰী কৰিব সিহঁতেই ফাছিক্ব।)

“He it is Who sent His Messenger with guidance and the religion of truth, that He may make it prevail over all religion, though the disbelievers dislike it.”
— Surah As-Saff (61:9)
(৬১:৯
هُوَ الَّذِي أَرْسَلَ رَسُولَهُ بِالْهُدَىٰ وَدِينِ الْحَقِّ لِيُظْهِرَهُ عَلَى الدِّينِ كُلِّهِ وَلَوْ كَرِهَ الْمُشْرِكُونَ
তেৱেঁই নিজ ৰাছুলক ✔️প্ৰেৰণ কৰিছে হিদায়ত আৰু সত্য দ্বীনসহ সকলো দ্বীনৰ(happy way of life in all societies) ওপৰত তেওঁক বিজয়ী কৰাৰ বাবে, যদিও মুশ্বৰিকসকলে ইয়াক অপছন্দ কৰে।
Assamese Decoding Quran 
➖➖➖➖ হৃদয় হাফিজ ➖➖➖➖
#JusticeForZubeenGarg

No comments:

Post a Comment

Musa is not a historical prophet but a principle / an inner app.

Musa is not a historical prophet but a principle / an inner app of leadership and insight(20:10-13). Fire - the inner calling or burning of ...