40/9- Nabi and Rasool (What kind of living prophets and their characters are among us?-আমাৰ মাজত কেনেধৰণৰ জীৱিত নবীসকল আৰু তেওঁলোকৰ চৰিত্ৰত আছে?)
।।।
নাছ means Conditional mind-২১:১ ছুৰা আম্বিয়া
২১:১
اقْتَرَبَ لِلنَّاسِ حِسَابُهُمْ وَهُمْ فِي غَفْلَةٍ مُعْرِضُونَ
মানুহৰ হিচাপ-নিকাচৰ সময় সমিপৱৰ্তী, অথচ সিহঁতে উদাসিনতাত বিমুখ হৈ আছে।
.
বছৰ ২১:৩
২১:৩
لَاهِيَةً قُلُوبُهُمْ ۗ وَأَسَرُّوا النَّجْوَى الَّذِينَ ظَلَمُوا هَلْ هَٰذَا إِلَّا بَشَرٌ مِثْلُكُمْ ۖ أَفَتَأْتُونَ السِّحْرَ وَأَنْتُمْ تُبْصِرُونَ
সিহঁতৰ অন্তৰ থাকে অমনোযোগী। আৰু যিসকল যালিম সিহঁতে গোপনে পৰামৰ্শ কৰে, ‘এওঁ দেখোন তোমালোকৰ দৰেই এজন মানুহ, তথাপিও তোমালোকে দেখি-শুনি যাদুৰ কবলত পৰিবানে’?
.
16(sixteen) nos prophets in this surah 21-Anbiya:
The 16 prophets are:
Ibrahim (Abraham)
Ishaq (Isaac)
Yaqub (Jacob)
Lut (Lot)
Nuh (Noah)
Dawud (David)
Sulayman (Solomon)
Ayyub (Job)
Ismail (Ishmael)
Dhul-Kifl
Musa (Moses)
Harun (Aaron)
Zakariya (Zechariah)
Yahya (John)
Yunus (Jonah)
Idris
.
Next their characters...