মছজিদ আল-হাৰাম/কা'বা বুলিলে আমাৰ চকুৰ আগত ভাহি উঠে মক্কাৰ ঘৰটো, য'ত প্ৰতি বছৰে লাখ লাখ মানুহে হজ কৰে।
কিন্তু;
মছজিদ আল-হাৰাম/কা'বা মক্কাত আছে বুলি কোৰআনৰ কতো উল্লেখ নাই। ইয়াক প্ৰমাণ কৰাৰ কাৰো হিম্মত নাই।
✔️টোকাঃ মাক্কা কেতিয়াও বাক্কা হ'ব নোৱাৰে।
.
When we think of the Masjid al-Haram/Ka'bah, we think of the House of Mecca, where millions of people perform the Hajj every year.
But;
There is no mention in the Qur'an that the Masjid al-Haram/Ka'bah is in Mecca. No one dares to prove it.
✔️Note: Mecca can never be Bacca.
.
Assamese Decoding Quran
No comments:
Post a Comment